হীনডেড়ীয়াহীনদেঢ়ি

হীনতা (Assamese) [ Roman: hi.no.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-08-26
1. (Abstract Noun) the state of having less than what is needed or required. প্ৰয়োজনতকৈ বা লগাতকৈ কম থকা অৱস্থা৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-08-26
2. (Abstract Noun) the property or state of being lower in value or quality মূল্য অথবা গুণাগুণৰ ক্ষেত্ৰত কম হোৱা অৱস্থা