হুঁচিয়াৰিহুঁচৰি

হুঁচ্ (Assamese) [ Roman: hu~s]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-01-28
1. (Abstract Noun) any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused. শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।