হুঁচ্হুঁচৰিযোৰা

হুঁচৰি (Assamese) [ Roman: hu~.so.ri]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-15
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Proper Noun-Common &/or Masculine) the songs sung by persons going in procession from house to house playing upon drums (dhol) tal and etc. during the Bihu festival of Baisakh. ব’হাগৰ বিহুত জুম বান্ধি ঘৰে ঘৰে গৈ ঢোল, তাল আদি বজাই গৃহস্থৰ মংগল কামনা কৰি গোৱা গীত ৷