হুক্হুগীয়া

হুগলী (Assamese) [ Roman: hug.li]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-01-27
1. River(Proper Noun-Feminine) (traditionally called `Ganga`) An approximately 260 kilometres (160 mi) long tributary of the Ganges River in West Bengal, India. পশ্চিম বংগত গংগাৰ সূঁতিটোৰ নাম হুগলী৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী(ভাগীৰথী-হুগলী) নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-01-27
2. River(Proper Noun-Feminine) (traditionally called `Ganga`) An approximately 260 kilometres (160 mi) long tributary of the Ganges River in West Bengal, India. পশ্চিম বংগত গংগাৰ সূঁতিটোৰ নাম হুগলী৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী(ভাগীৰথী-হুগলী) নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷