হেতাহেতা-ওপৰা কৰ্

হেতা-ওপৰা (Assamese) [ Roman: he.ta-u.po.ra]
Contributed by: Bikram M Baruah on 2006-09-15
1. (Abstract Noun) an act, fact, or instance of taking part in the affairs of others আনৰ কামত লাগি বাধা জন্মোৱা কাৰ্য্য

Contributed by: Himjyoti Talukdar on 2009-05-29
2. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷