হৈমৱতীহৈয়া

হৈড়িম্ব (Assamese) [ Roman: hoi.rim.bo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-09
1. Hinduism(Proper Noun-Masculine) One of the mythical characters of the epic Mahabharata. Even though he was a demon, he was affectionate and kind. Being the son of the Bheema and the demoness, Hidimbaa, he was a half demon. From his mother he learnt all the arts of the demons and from his father he inherited an affectionate and chivalrous temperament. He was an invaluable ally to the Pandavas in times of trouble, and appeared before them whenever they though of him. As of 2007, Sun Animatics India is producing an animation movie on the story of Ghatotkacha (see image). ঘটোৎকচ মহাকাব্য মহাভাৰতৰ মতে হিড়িম্বা ৰাক্ষসীৰ পৰা হোৱা ভীমৰ পুতেক। মহাভাৰতত আধা ৰাক্ষস হোৱা স্বত্তেও তেওঁক মৰমিয়াল আৰু দয়ালু হিচাবে চৰিত্ৰায়ণ কৰা হৈছে|
আধুনিক বুৰঞ্জীবিদসকলৰ মতে ঘটোৎকচ আচলতে অসমৰ এজন কছাৰী বীৰ আছিল|ঘটোৎকচ যাদুবিদ্যাত পাৰ্গত আছিল বাবে বহুতে তেওঁক অসমৰ মায়ঙৰ লগত জড়িত কৰিব বিচাৰে|
২০০৭ চনত ঘটোৎকচৰ বিষয়ে এখন এনিমেছন কথাছবি বনোৱা হৈছে|