হৰিতালিকাহৰিদ্বাৰ

হৰিদেৱ (Assamese) [ Roman: ho.ri.deb]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-18
1. Ekasarana Dharma(Proper Noun-Masculine) A vaishavite saint in Assam of fifteenth century. অসমৰ প্ৰথম বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ "শ্ৰী শ্ৰী হৰিদেৱ" মহাপুৰুষ চাৰিজনৰ ভিতৰত অসমত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক ``শ্ৰী শ্ৰী হৰিদেৱ`` ১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লক্ষীমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জন্ম হয় ৷ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা- অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল ৷