ৰক্তপিপাসুৰক্তভীতি

ৰক্তবৰ্ণ (Assamese) [ Roman: rok.to.bor.no]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-20
1. (Abstract Noun) any of various colors resembling the color of blood; the primary color at one extreme end of the visible spectrum, an effect of light with a wavelength between 610 and 780 nm. তেজৰ দৰে ৰং; সূৰ্য্যৰ কিৰণত এটা দাঁতিত থকা এক প্ৰাথমিক ৰং, যাৰ তৰঙ্গ দৈৰ্ঘ্য ৬১০ আৰু ৭৮০ নেন’মিটাৰৰ ভিতৰত।