ৰাইকচ্ৰাইকিশোৰী
ৰাইকহ (Assamese) [ Roman: rai.koh]
Contributed by: Bikram M Baruah on 2006-08-13
English: abaddon, beast, demon, devil, monster, ogre, satan,
Assamese: অনুসৰ, অশ্ৰপ, অসুৰ, ইন্দ্ৰাৰি, কীলালপ, কৈকস, ক্ৰতুদ্বিষ, ক্ৰব্যাদ, কৰ্বূৰ, চৈতান, চয়তান, জাতুধান, ত্ৰিদশাৰি, দঁত, দনুজ, দানৱ, দিতিসুত, দেৱদ্বেষী, দেৱশত্ৰু, দেৱান্তক, দেৱাৰি, দৈতেয়, দৈত্য, দৰ্ব, নৈৰ্ঋত, নৰাশ, পলংকষ, পলাশী, পিশাচ, পিশাচিনী, পিশিতাশন, পিশিতাশী, পুৰুষাদন, ফিচাহিনী, বাক, যখিনী, সুৰবৈৰী, সুৰাৰি, সুৰৰিপু, ৰক্ষ, ৰাইকহ, ৰাক্ষস,
Bodo: असुर, असूर, दानब, राइख`स,
Mising: uyu,
Khasi: u ksuid,
Garo: diabol, ma.jogipa,
Meeteilon: fataba, soitan,
Karbi: kangnopi, lodetpi,
Nagamese: satan, shoytan,
Dimasa: sogoh,
Bangla: দানব, রাক্ষস, শয়তান,
Deori: বুতু, ৰাইকচ্
b. Common Noun-Feminine: crone, hag, hex, sorceress, witch...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
English: greedy,
Assamese: ঔদৰিক, খঁকুৱা, জিবা-কটা, জীয়া-ভূত, দাঁহুৰা, দৰিদ, প্ৰলুব্ধ, লুতপুতীয়া, লুব্ধ, লুভীয়া, লোভাৱিষ্ট, লোভী, লোলুপ, সনাহী, সোঁৱাহী, ৰাইকহ, ৰাক্ষস, ৰাহু,
Bodo: जासुला, लभि, लुबैसुला,
Mising: dogup,
Garo: cha.pretani, mikbokrakani,
Karbi: chingchom, kun-ik,
Nagamese: lalchi, lubhi,
Deori: লুতুৰা, ৰুকিজিয়া
b. Proper Adj.-Common: glutton, অতিভোজী, উদৰপৰায়ণ, উদৰসৰ্বস্ব, পেটুক...
ৰাইকহ (Assamese) [ Roman: rai.koh]
Contributed by: Bikram M Baruah on 2006-08-13
1. Religious-Mythological(Common Noun) A creature, often imaginary, having a strange or frightening appearance. আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
Assamese: অনুসৰ, অশ্ৰপ, অসুৰ, ইন্দ্ৰাৰি, কীলালপ, কৈকস, ক্ৰতুদ্বিষ, ক্ৰব্যাদ, কৰ্বূৰ, চৈতান, চয়তান, জাতুধান, ত্ৰিদশাৰি, দঁত, দনুজ, দানৱ, দিতিসুত, দেৱদ্বেষী, দেৱশত্ৰু, দেৱান্তক, দেৱাৰি, দৈতেয়, দৈত্য, দৰ্ব, নৈৰ্ঋত, নৰাশ, পলংকষ, পলাশী, পিশাচ, পিশাচিনী, পিশিতাশন, পিশিতাশী, পুৰুষাদন, ফিচাহিনী, বাক, যখিনী, সুৰবৈৰী, সুৰাৰি, সুৰৰিপু, ৰক্ষ, ৰাইকহ, ৰাক্ষস,
Bodo: असुर, असूर, दानब, राइख`स,
Mising: uyu,
Khasi: u ksuid,
Garo: diabol, ma.jogipa,
Meeteilon: fataba, soitan,
Karbi: kangnopi, lodetpi,
Nagamese: satan, shoytan,
Dimasa: sogoh,
Bangla: দানব, রাক্ষস, শয়তান,
Deori: বুতু, ৰাইকচ্
Related Idea:
a. Abstract Noun: ghost, অপদেৱতা, অশৰীৰী, উপদেৱতা, কন্ধ...b. Common Noun-Feminine: crone, hag, hex, sorceress, witch...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
2. (Proper Adj.-Common &/or Masculine) immoderately desirous of acquiring wealth, wanting to eat more than enough. প্ৰয়োজনতকৈ অধিক সম্পত্তি আহৰণ কৰিবলৈ বা খাদ্য খাবলৈ বিছৰা লোক।
Assamese: ঔদৰিক, খঁকুৱা, জিবা-কটা, জীয়া-ভূত, দাঁহুৰা, দৰিদ, প্ৰলুব্ধ, লুতপুতীয়া, লুব্ধ, লুভীয়া, লোভাৱিষ্ট, লোভী, লোলুপ, সনাহী, সোঁৱাহী, ৰাইকহ, ৰাক্ষস, ৰাহু,
Bodo: जासुला, लभि, लुबैसुला,
Mising: dogup,
Garo: cha.pretani, mikbokrakani,
Karbi: chingchom, kun-ik,
Nagamese: lalchi, lubhi,
Deori: লুতুৰা, ৰুকিজিয়া
Related Idea:
a. Proper Adj.-Common: gastronome, gobbler, gourmand, খাদ্য-ৰসিক, ভোজনপ্ৰিয়...b. Proper Adj.-Common: glutton, অতিভোজী, উদৰপৰায়ণ, উদৰসৰ্বস্ব, পেটুক...