ৰাজনীতিকৰণৰাজনীতিত

ৰাজনীতিজ্ঞ (Assamese) [ Roman: raj.ni.tig.gyo]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-06-15
1. (Common Noun-Common) A person directly or indirectly active in politics; especially party politics. ৰাজনীতিত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত ব্যক্তি (বিশেষকৈ দলীয় ৰাজনীতিত)৷