ৰাজহাড়ৰাজহুৱা

ৰাজহী (Assamese) [ Roman: ra.jo.hi]
Contributed by: Anjali Sonowal on 2008-12-21
1. (Common Noun-Feminine) a woman who engages in sexual intercourse for money
English: call girl, cocotte, drab, harlot, hooker, prostitute, quean, sex worker, whore,
Assamese: অজ্জুকা, অবিদ্যা, কছবী, কামলেখা, কামৰেকা, কুলটা, ক্ষণবধূ, খাৰ-ছাই, গণিকা, গোসৰ্পিকা, গ্ৰামেয়ী, জনপদবধূ, জাৰিণী, ত্ৰপাৰণ্ডা, দেহোপজীৱিনী, নটিনী, নটী, নাগৰী, নাটেশ্বৰীsfx , নাটেশৰী, পণাংগনা, পণ্যাংগনা, পতিতা, পুংশ্চলী, প্ৰেষণী, বাতায়নী, বাৰনাৰী, বাৰবনিতা, বাৰাঙ্গনা, বেশ্যা, ব্যভিচাৰিণী, মাগীla , যৌনকৰ্মী, সঞ্চাৰিকা, স্পৰ্শা, হট্টবিলাসিনী, ৰণ্ডা, ৰণ্ডী, ৰতায়নী, ৰাজহী, ৰুণ্ডিকা, ৰূপাজীৱা, ৰূপোপজীৱিনী,
Bodo: देहा फानग्रा हिनजाव, बैथालि, बैश्या,
Garo: dari, kaltapu,
Meeteilon: kashubi, Oktabee,
Bishnupriya Manipuri: খানকী, বেশ্যা,
Nagamese: vaibshya,
Dimasa: rendi, sao paingji-yahbah,
Tai: বাঙ্, বাঙ্ ছৌ,
Hindi: कंचनी,
Nepali: गणिका, बेश्या, रण्डी

Opp. Gender:

a. Common Noun-Masculine: adulterous, পৰস্ত্ৰীআসক্ত, ব্যভিচাৰী, স্ত্ৰীচৌৰ, gaura...

Contributed by: Himjyoti Talukdar on 2009-05-31
2. (Common Noun-Feminine) a woman who goes to a place of assignation to meet her paramour. হাবি বননিত গৈ পৈ লোৱা তিৰী, অসতী তিৰোতা ।