ৰাতিপু্ৱাইৰাতিফুৰা

ৰাতিপুৱা (Assamese) [ Roman: rati.puwa]
1. (Abstract Noun) The first or early part of the day. দিনটোৰ প্ৰথম বা আগতীয়া অংশ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-13
2. (Verb-Intran.) to begin to grow light in the morning. নিশাৰ আন্ধাৰ আঁতৰি গৈ পোহৰ হ৷