ৰানৰান্দা

ৰান্ bo (Assamese) [ Roman: ran]
Contributed by: Yugasmita Medhi on 2022-11-03
1. (Verb-Trans.) To preparing food by heating with species, salt, and other conditioners. খোৱা বস্তু মছলা, নিমখ আদিৰ সৈতে জুইত গৰম কৰি খাবলৈ উপযোগী কৰি তোলা কাৰ্য৷
English: cook,
Assamese: ৰান্ bo , ৰান্ধ্‌,
Mising: numo,
Khasi: shet,
Karbi: kitun,
Nagamese: paka, randha,
Deori: নিয়াঁ