ৰাহাজানিৰাহি-কবা

ৰাহি (Assamese) [ Roman: ra.hi]
Contributed by: Bikram M Baruah on 2010-07-06
1. (Proper Adj.-Common) More than or beyond what is usual, normal, expected, or necessary. প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷

Contributed by: Biraj Kumar Kakati on 2009-04-11
2. (Abstract Noun) the remaining sum after all credits and debits are taken into account সকলো জমা-খৰচৰ হিচাপ কৰাৰ পাছত হাতত থকা ধন

ৰাহি (Deori) [ Roman: ra.hi]
Contributed by: Himasri Das on 2023-03-04
3. (Abstract Noun) an area of the sky through which the sun, moon and most of the planets appear to move, divided into twelve equal parts, each with a name and symbol, and each connected with an exact time of year: আকাশৰ এটা এলেকা, য`ত সূৰ্য্য, চন্দ্ৰ আৰু প্ৰায়বিলাক গ্ৰহে বিচৰণ কৰে। ইয়াক ১২ টা সমান ভাগত ভাগ কৰি প্ৰতিটো ভাগৰ একোটা নাম দিয়া আছে আতু প্ৰতিটো ভাগেই বছৰৰ এক নিৰ্দ্দিষ্ট সময়ৰ সৈতে জড়িত।