ৰাহুল সাংকৃত্যায়নৰায় দে

ৰায় (Assamese) [ Roman: ray]
Contributed by: ৰূপকমল on 2007-03-01
1. (Abstract Noun) what one thinks or believes about sth. কোনো বিষয় সংক্ৰান্তত এজনে যি ভাৱে বা বিশ্বাস কৰে।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
2. Legal(Abstract Noun) an official judgment made in a court about whether someone is guilty of a crime কোনো ব্যক্তি কোনো অপৰাধৰ সৈতে জড়িত থকা বা নথকা সম্পৰ্কে কাছাৰী বা আদালতৰ আনুষ্ঠানিক মন্তব্য
English: judgement, verdict,
Assamese: ৰায়,
Nepali: निर्णय

ৰায় (Sadri (Nagpuri)) [ Roman: rai]
Contributed by: Anindita Saikia on 2022-10-30
3. (Abstract Noun) what one thinks or believes about sth. কোনো বিষয় সংক্ৰান্তত এজনে যি ভাৱে বা বিশ্বাস কৰে।