ৰিষ্টিৰিহা ধৰা

ৰিহা (Assamese) [ Roman: ri.ha]
Contributed by: Bikram M Baruah on 2008-09-18
1. (Material Noun-Neuter) a long narrow cloth wrapped over the breast of Assamese woman অসমীয়া তিৰোতাই বুকুৰ ওপৰেদি মেৰাই চাদৰৰ তলত লোৱা ঠেক দীঘল কাপোৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-20
2. Plants(Proper Noun-Neuter) an Asian perennial plant (Boehmeria nivea) of the nettle family. The strong lustrous bast fiber of ramie capable of being spun or woven; fabric made of ramie often resembling linen or silk এছিয়া মহাদেশৰ বিভিন্ন দেশত, বিশেষকৈ চীনদেশ, মালয়েছিয়া আদিত বিস্তৃতভাৱে খেতি কৰা এবিধ আঁহযুক্ত গছ ৷ ইয়াৰ আঁহ কাপোৰ বোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু আঁহবোৰ পাট সূতাৰ দৰে হয় ৷
English: ramie, rhea,
Assamese: ৰিহা