ৰুক্ ছিপ্ ৰুক্ৰুক্মবীৰ

ৰুক্ম (Assamese) [ Roman: ruk.mo]
Contributed by: Anjali Sonowal on 2009-04-06
1. Chemistry(Material Noun-Neuter) a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C. অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-06
2. Hinduism(Proper Noun-Masculine) A character in epic Mahabharata; He is elelder brouther Rukmini, wife of Lord Krishna. মহাভাৰতত উল্লেখিত, শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিনীৰ ককায়েক৷