ৰূপ-গ্ৰামৰূপক জয়ন্তী

ৰূপক (Assamese) [ Roman: ru.pok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-09
1. Performing Art(Abstract Noun) A prose or verse composition, especially one telling a serious story, that is intended for representation by actors impersonating the characters and performing the dialogue and action. গদ্য বা কাব্য ৰচনা, বিশেষকৈ এটা ভাৱ-গম্ভীৰ কাহিনী থকা, যাৰ চৰিত্ৰসমূহ ৰূপায়ন কৰি সংলাপ আৰু অভিনয়ৰ জৰিয়তে সঁচা ৰূপত চিত্ৰিত কৰিব পৰা যায় ৷

Contributed by: Partha P Sarmah on 2008-07-27
2. Music(Proper Noun-Neuter) a tal of seven beats used in Indian music. ভাৰতীয় উচ্চাংগ আৰু লঘু সংগীতত ব্যৱহাৰ হোৱা সাত মাত্ৰাৰ এবিধ তাল৷ ইয়াৰ ঠেকাঃ তি তি না৷ ধী না৷ ধী না৷ তিনিটা বিভাগ, প্ৰথম বিভাগত তিনি মাত্ৰা আৰু শেহৰ দুটাত দুই মাত্ৰাৰ বোল থাকে৷
English: Rupak,
Assamese: ৰূপক

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-15
3. (Abstract Noun) an expression which describes a person or object in a literary way by referring to something that is considered to have similar characteristics to the person or object you are trying to describe. অৰ্থালঙ্কাৰ বিশেষ৷ উপমান আৰু উপমেয়ৰ অভেদ কল্পনা কৰি বৰ্ণনা কৰাকে ৰূপক-অলঙ্কাৰ বোলে৷ যেনে-"সংসাৰ-মৰুভূমিত গান সৰোবৰ"; ইয়াত সংসাৰক মৰুভূমিৰ লগত আৰু গানক সৰোবৰৰ লগত অভেদৰূপে দেখুৱাইছে৷