ৰূপান্তৰ কৰ্ৰূপান্তৰকৰণ

ৰূপান্তৰক (Assamese) [ Roman: ru.pan.to.rok]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-06-30
1. (Material Noun-Neuter) a machine or device that changes something into a different form. কোনো যন্ত্ৰ বা আহিলা যি কোনো বস্তুৰ আকাৰ/প্ৰকাৰ সলনি কৰিব পাৰে৷

Contributed by: Ishan Jyoti Bora on 2016-02-09
Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
2. Electricity and Magnetism(Common Noun-Neuter) A static electrical device that transfers electrical energy from one circuit to another circuit through electromagnetic induction without any change in frequency. এটা স্থিতিশীল বৈদ্যুতিক আহিলা যি কম্পনাংকৰ পৰিৱৰ্তন নঘটোৱাকৈ এটা বৰ্তনীৰ পৰা আন এটা বৰ্তনীলৈ বিদ্যুৎ-চুম্বকীয় আৱেশৰ দ্বাৰা বৈদ্যুতিক শক্তিৰ স্থানান্তৰ কৰে ৷