ৰোমান্তিকৰোল

ৰোমান্তিকতাবাদ (Assamese) [ Roman: ro`.man.ti.ko.ta.bad]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-20
1. Literature(Abstract Noun) a literary and cultural revolution started in western Europe in the eighteenth century ১৮ শতিকাৰ শেষ ভাগত সেই সময়ৰ সমাজ ব্যৱস্থা, ৰাজনীতি আৰু আমোলাতন্ত্ৰৰ বিৰূদ্ধে পশ্চিম ইউৰোপত আৰম্ভ হোৱা এবিধ কলা-সাহিত্যিক আৰু বৌদ্ধিক বিপ্লৱ