ৰৰৈৰৱ

ৰৰৈয়া (Assamese) [ Roman: ro.roi.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
1. (Verbal Adj.) Taking relatively long time to do a thing প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-12-22
2. Place(Proper Noun-Neuter) A place 7km south west of Jorhat city centre. Famous for Jorhat Airport. যোৰহাট বিমানবন্দৰ (আইএটিএ: JRH, আইচিএঅ’: VEJT) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ যোৰহাট জিলাত অৱস্থিত এটা বিমান বন্দৰ৷ এই বন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেৰেও জনাজাত৷
English: Rowriah,
Assamese: ৰৰৈয়া