ৱাৱাকিটকি

ৱাংচু (Assamese) [ Roman: wang.su]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-10
1. Sociology(Common Noun-Common) A tribal people inhabiting the Patkai hills of Longding District in the state of Arunachal Pradesh, India. They have a population of 35,000. ৱাংচু জনগোষ্ঠীৰ লোকসকল নাগালেণ্ড সীমান্তত অৱস্থিত তিৰাপ জিলাৰ পশ্চিম ভাগত বাস কৰে৷ তেওঁলোক ৰঙিয়াল আৰু কঠোৰ পৰিশ্ৰমী লোক৷ পূৰ্বতে শিৰশ্চেদ প্ৰথা কৰা তেওঁলোকৰ পৰম্পৰা আছিল৷
English: Wancho,
Assamese: ৱাংচু