ৱেবচাইটৱেলিংটন

ৱেবছাইট (Assamese) [ Roman: web.sa.it]
alt: ৱেবচাইট
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-21
1. Computer Science(Abstract Noun) a connected group of pages on the World Wide Web regarded as a single entity, usually maintained by one person or organization and devoted to one single topic or several closely related topics. ৱৰ্ল্ড ৱাইদ ৱেবত থকা বহুতো পৃষ্ঠাত এক সমষ্টি, যাক এটা গোট হিচাপে গণ্য কৰা হয়; সাধাৰণতে এজন ব্যক্তি বা সংস্থাই চলায় আৰু এটা বা পৰষ্পৰ সম্পৰ্কিত বহুতো বিষয়ৰ সৈতে জড়িত হয়।