singarasingisinglisingshrisingtaisini, gidi
Dimasa: singli jagao
Contexts: General
[Verb-Intran.] The termination of all biological functions that sustain a living organism.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
[IdeaID=1074 ] Contributed By: Kulendra Daulagupu (2012-05-04 10:03:06)
Synonyms and Equivalent Words:
English: die (ˈdaɪ;ডাই), expire (ɪkˈspaɪr;এক্সপায়াৰ),
Assamese: মৰ্ (mor), মৃত্যু হ (mrit.yu ho), পৰলোক হ (po.ro.lo'k ho), পৰলোক প্ৰাপ্তি হ (po.ro.lo'k prap.ti ho), নিহত হ (ni.ho.to ho), লোকান্তৰ হ (lo`.kan.tor ho), বিয়োগ হ (bi.yo`g ho), প্ৰাণত্যাগ কৰ্ (pran.tyag kor), সিফলীয়া হ (xi.pho.li.ya ho), ঢুকা (dhu.ka), স্বৰ্গগতি প্ৰাপ্ত হ (swor.go.go.ti prap.to.ho), পৰলোক প্ৰাপ্তি ঘট্ (po.ro.lo`k prap.ti ghot), ইহলীলা সম্বৰণ কৰ্ (i.ho.li.la xom.bo.ron kor), মৃত্যু বৰণ কৰ্ (mri.tyu bo.ron kor), মৃত্যু মুখত পৰ্ (mri.tyu mu.khot por), স্বৰ্গী হ (swor.gi ho), ইহলোক সামৰ্ (i.ho.lo`k xa.mor), দৈৱগতি প্ৰাপ্ত হ (doi.bo.go.ti prap.to.ho), অনন্ত ধামলৈ গতি কৰ্ (o.non.to dha.mo.loi go.ti kor), চকু মুদ্ (so.ku mud), শেষ নিশ্বাস পেলা (xex ni.swax pe.la), শেষ নিশ্বাস ত্যাগ কৰ্ (xex ni.swax tyag kor), মৰি যা (mo.ri ja), মৰি থাক্ (mo.ri thak), ঢুকাই যা (dhu.kai ja), ঢুকাই থাক্ (dhu.kai thak), দেহাৱসান ঘট্ (de.ha.wo.xan ghot),
Bodo: थै,
Khasi: iap, khlad,
Karbi: thi,
Hmar: thi,
Dimasa: tih, hang jam, hayu jam,
Tiwa: thi
Related Idea:
IdeaID=373 Verb-Trans. - execute, kill, lynch, murder, slaughter, zap, প্ৰাণ ল, বধ কৰ্, মাৰ্, হত্যা কৰ্
IdeaID=1972 Proper Adj. , Neuter - dead, lifeless, অপহত, গতায়ু, গতায়ুষ, গতায়ুস, তিৰোহিত, নিষ্প্ৰাণ, নিহত, নিৰ্জ্জীৱ, প্ৰাণহীন, ফৌত, বৈকুণ্ঠগামী, বৈকুণ্ঠী, বৈকুণ্ঠীভূত, মৃত, মৰা, স্বৰ্গগত, স্বৰ্গগামী, স্বৰ্গত, স্বৰ্গী
IdeaID=173 Abstract Noun - dead, death, decease, demise, অনন্ত-পথ, আয়ুপাত, আয়ুশেষ, ইন্তেকাল, ইহলীলা সম্বৰণ, এন্তেকাল, কালগ্ৰাস, কালান্তক, চিৰনিদ্ৰা, চিৰশান্তি, জীৱন-পতন, জীৱনান্ত, তিৰোধান, তিৰোভাৱ, দেহ-ত্যাগ, দেহান্ত, দেহাৱসান, দেহৰক্ষা, নিধন, নিৰ্যাণ, পঞ্চত্বপ্ৰাপ্তি, প্ৰাণ-ত্যাগ, প্ৰাণ-প্ৰয়াণ, প্ৰাণান্ত, প্ৰয়াণ, পৰলোক গমন, পৰলোক-প্ৰাপ্তি, ফৌত্, বৈকুণ্ঠগামী, বৈকুণ্ঠপ্ৰয়াণ, মহানিদ্ৰা, মহাপ্ৰস্থান, মহাপ্ৰয়াণ, মহাযাত্ৰা, মহাশয়ন, মৃত্যু, মোক্ষপ্ৰাপ্তি, মৰণ, যম, স্বৰ্গগতি, স্বৰ্গগমন, স্বৰ্গলাভ, স্বৰ্গাৰোহণ, স্বৰ্গাৰোহন, স্বৰ্গী, হত
IdeaID=2047 Verb-Intran. - live, survive, জী থাক্, জীয়াই থাক্, টিক্, তম্ভ্, তিষ্ঠি থাক্, তিষ্ঠ্, নমৰাকৈ থাক্, বাছি থাক্, বৰ্তি থাক্