Details of Discussion #805

Heading

Topic
স্মৃতি যুগমীয়া কৰ্ আৰু স্মৃতি তৰ্পণ কৰ্
Issue
স্মৃতি যুগমীয়া কৰ্ আৰু স্মৃতি তৰ্পণ কৰ্---একে নহয়।
Related to
IdeaID=5417Verb-Trans. - Unassigned Gender
To celebrate the memory of a person or an event in a ceremonial manner.
কোনো ব্যক্তি বা ঘটনাৰ বিষয়ে আনুষ্ঠানিকভাৱে স্মৰণ কৰ্।
English: commemorate,
Assamese: স্মৃতি যুগমীয়া কৰ্, স্মৃতি তৰ্পণ কৰ্,
Initiated by Tapan K Sarma(তপন কুমাৰ শৰ্মা)
Maestro Bikram M Baruah
Status Info Gathering

Viewpoints

Posted By Posting Time Viewpoint
Bikram M Baruah 2015-09-20 22:50:31 STATUS SET:
Info Gathering
Bikram M Baruah 2015-12-17 08:02:16 পাৰ্থক্যটো বুজাই দিয়কচোন৷
Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2015-12-21 11:13:20 তৰ্পন কৰা মানে---দেৱতা বা মৃতক বা কোনো শ্ৰদ্ধাবান লোকৰ প্ৰতি শ্ৰদ্ধা জনাই ফুল, তিল, পবিত্ৰ জল আদি অৰ্পণ কৰা কাৰ্য্য।
Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2015-12-21 11:15:29 স্মৃতি যুগমীয়া কৰা মানে--- উল্লেখনীয় কাম কৰি বহু যুগলৈ নাম ৰাখি যোৱা।
Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2015-12-21 11:17:12 স্মৃতি যুগমীয়া কৰা--ইয়াত দেৱতাৰ কথা নাহে। মৃতক বা কোনো শ্ৰদ্ধাবান লোকৰ কথা বা নিজৰ কথা খাটে।
Bikram M Baruah 2015-12-22 07:31:06 ওপৰৰ অৰ্থটোৰ বৰ্ণনা "স্মৃতি তৰ্পণ কৰ্" হৈছে৷ "স্মৃতি যুগমীয়া কৰ্" ৰ অৰ্থটো কেনেকৈ লিখিম? আৰু ইংৰাজী শব্দ কি হ’ব?
Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2016-03-08 10:50:48 "স্মৃতি যুগমীয়া কৰ্" make history
Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2016-03-08 10:51:56 make history › to do something ​important that has not been done before and will be ​recorded ​publicly and ​remembered for a ​long ​time:(Crambridge Dictionary)
Bikram M Baruah 2016-11-27 01:01:31 hshjsjhsdkh LJDKJDkj

Conclusion