Details of Discussion #893

Heading

Topic
একেশ্বৰবাদ আৰু অদ্বৈতবাদ
Issue
একেশ্বৰবাদ আৰু অদ্বৈতবাদ দুটা সুকীয়া অৱধাৰণা৷
Related to অদ্বৈতবাদ
Initiated by Tapan K Sarma(তপন কুমাৰ শৰ্মা)
Maestro Bikram M Baruah
Status Info Gathering

Viewpoints

Posted By Posting Time Viewpoint
Bikram M Baruah 2016-10-28 15:24:06 STATUS SET:
Info Gathering
Bikram M Baruah 2016-10-28 15:24:59 অলপ ব্যাখ্যা কৰি বুজাই দিয়কচোন৷
Gitartha Bordoloi 2017-08-11 01:59:26 একেশ্বৰবাদত (Monotheism) কেৱল এজন ঈশ্বৰত বিশ্বাস কৰা হয়। আনহাতে অদ্বৈতবাদ (Advaita Vedanta) হিন্দু দৰ্শনৰ মতে আত্মা আৰু ব্ৰহ্ম একেই।

Conclusion