Assamese Idioms Starting With ' ঊ '

FJID=863 (Idiom)

ঊণ সূতাৰ মেৰপাক ভঙা ৷

ঊণ সূতাৰে চুৱেটাৰ আদি গোঁথাৰ সময়ত সতৰ্ক নহ\'লে সহজে বেৰি লাগে আৰু বেৰি বা মেৰপাক ভাঙিবলৈ অশেষ কষ্ট কৰিবলগীয়া হয় ৷ সেয়ে এই খণ্ডবাক্যই নিজে নিজৰ সমস্যা বঢ়াই লৈ, পাছত তাৰ সমাধান বিছাৰি হাবাথুৰি খোৱা বুজায় ৷
To knowingly create a problem by oneself and then struggle to find the solution.
Contributed By: Dr. Armaan U. Muzaddadi on 2015-02-06 06:47:43...More
FJID=631 (Idiom)

ঊনৈশ বিশ হ ৷

হিচাপ বা অনুমান আদি কৰোতে সামান্য ইফাল-সিফাল হ ৷
Slight variations in calculations, assessments etc.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-09-11 03:05:01...More
FJID=380 (Phrase)

ঊনৈশত বা বলাই ফুৰা

অতিপাত উত্ৰাৱল হোৱা
To be in great excitement
Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09 11:12:10...More