Assamese Idioms Starting With ' ঋ '

FJID=866 (Idiom)

ঋণ কৰি সাঁচে, অলক্ষীয়ে মূৰত নাচে ৷

যি মানুহে ঋণ লৈ সঞ্চয় কৰিব খোজে, তেনে মানুহৰ উন্নতি নহয়; কাৰণ তেনে মানুহ কেতিয়াও আৰ্থিকভাৱে স্বচ্ছল হ‌`ব নোৱাৰে।
A loanee should not plan to save.
Contributed By: Dr. Armaan U. Muzaddadi on 2015-02-09 02:43:33...More
FJID=860 (Idiom)

ঋষিৰ শাপত প্ৰাণ যায়, তেও বপুৰাৰ ভেম নেযায় ৷

কোনো ব্যক্তিয়ে যদি নিজ কুকৰ্মৰ ফলত কষ্ট-যাতনা ভুগিবলগীয়া হোৱাৰ পাছতো নিজক শুদ্ধ নকৰি মিছা ভেম দেখুৱায় আৰু আগৰ দৰেই চলে, তেনেস্থলত এইদৰে কোৱা হয় ৷
If someone suffers due to his own misdeeds, but still does not reform himself and continues to do the same again and again, this phrase is said on him.
Contributed By: Dr. Armaan U. Muzaddadi on 2015-01-30 02:28:49...More