Assamese Idioms Starting With ' ঝ '

FJID=774 (Idiom)

ঝটপট কৰিলে জটৰ-পটৰ লাগে ৷

কোনো কাম খৰখেদাকৈ কৰি শেষ কৰিব বিচাৰিলে, তাত খেলিমেলি বেচিকৈ লাগে আৰু শুধৰণিৰ প্ৰয়োজনত সেই কাম পুনৰ কৰিব লগীয়া হয়, ফলস্বৰূপে অতিৰিক্ত সময়হে খৰচ হয় ৷
A work done in fuss or hurry takes more time and labour than the work done in normal speed.
Contributed By: Dr. Armaan U. Muzaddadi on 2014-02-01 02:02:49...More