Assamese Idioms Starting With ' ষ '

FJID=656 (Idiom)

ষাঠিত ওপজক প্ৰথম নাতি, বিয়া কৰাওক সবাহ পাতি ৷

মানুহে এনেকুৱা বয়সত বিয়া কৰাব লাগে যাতে ষাঠি বছৰ বয়সত প্ৰথম নাতি কোলাত ল`ব পাৰে, আনহাতে বিয়া সদায় আপোন মানুহ আৰু সমাজক লৈ আমোদ স্ফূৰ্ত্তিৰে পাতিব লাগে ৷
One should get married at such an age so that he can become grandfather at an age of sixty; and always get an arranged marriage with full involvement of relatives and society.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-04 00:44:33...More
FJID=673 (Idiom)

ষোল্ল অনা ৷

এশ শতাংশ, সম্পূৰ্ণভাবে ৷
Cent percent, completely.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-18 03:33:44...More