Assamese Idioms Starting With ' ৱ '

FJID=683 (Idiom)

ৱক্তত কৰি কাম, লগুৱাৰো বৰ নাম ৷

সময়ৰ কাম সময়ত কৰি, একালৰ লগুৱা অৰ্থাৎ চাকৰেও আনকালত নামী-দামী মানুহ হ'ব পাৰে ৷
Even a disciplined and punctual slave can become a famous personality in future.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-04 02:18:36...More