Assamese Idioms Starting With ' ‌ '

FJID=582 (Idiom)

‌`ক`ৰ চুক চিনি নোপোৱা / `ক`ৰ চুক কেইটা তাকে নজনা

একেবাৰে নিৰক্ষৰ মানুহক বুজায়
To be complete illiterate
Contributed By: Dr. Armaan U. Muzaddadi on 2012-11-04 11:40:42...More
FJID=830 (Idiom)

‌অনভ্যাসে হতঃ বিদ্যা৷

অৰ্জিত শিক্ষাৰ দীৰ্ঘ দিন প্ৰয়োগ নহলে পাহৰি যোৱা হয় আৰু কামত নাহে৷
None application of learning for long time causes no learning at all.
Contributed By: Sitaram Upadhyaya on 2014-11-27 10:10:35...More