Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "ষ"

ষাঠিত ওপজক প্ৰথম নাতি, বিয়া কৰাওক সবাহ পাতি ৷

One should get married at such an age so that he can become grandfather at an age of sixty; and always get an arranged marriage with full involvement of relatives and society.
মানুহে এনেকুৱা বয়সত বিয়া কৰাব লাগে যাতে ষাঠি বছৰ বয়সত প্ৰথম নাতি কোলাত ল`ব পাৰে, আনহাতে বিয়া সদায় আপোন মানুহ আৰু সমাজক লৈ আমোদ স্ফূৰ্ত্তিৰে পাতিব লাগে ৷

ষোল্ল অনা ৷

Cent percent, completely.
এশ শতাংশ, সম্পূৰ্ণভাবে ৷