অ (40) আ (56) ই (7) ঈ (5) উ (17) ঊ (3) ঋ (2) এ (30) ঐ (1) ও (14) ঔ (4) ক (69) খ (19) গ (36) ঘ (14) চ (44) ছ (10) জ (19) ঝ (1) ট (9) ঠ (6) ড (7) ঢ (10) ত (16) থ (9) দ (25) ধ (18) ন (36) প (34) ফ (16) ব (55) ভ (21) ম (42) য (26) ল (16) শ (20) ষ (2) স (43) হ (40) ৰ (23) ৱ (1) Idioms starting with 'ঠ'
ঠন ধৰি উঠ ৷A plant when grows nicely, this proverb is used.
উদ্ভিদ আদি ভালদৰে সাৰ-গোবৰ, পানী আদি পাই লহপহকৈ বাঢ় ৷ ঠাইতে লুটি-বাগৰ মাৰ্ ৷To become hostile suddenly.
হঠাৎ কোনো কথা, প্ৰস্তাৱ, পূৰ্ব-প্ৰতিশ্ৰুতি, সন্ধি আদিক অগ্ৰাহ্য কৰি, তাৰ বিৰোধিতা কৰ্। ঠাণ্ডাত ঠেঠুৱৈ ধৰ্To suffer from to much of cold.
অতিপাত ঠাণ্ডাত আতুৰ হ ৷ ঠেকি শিকা, দেখি শিকাতকৈ শ্ৰেয় ৷ Experience teaches better than wisdom
মানুহ যেতিয়া ঠেকাত পৰে বা বিপদত পৰে আৰু পৰিস্থিতিৰ লগত যুঁজ কৰি শিকে, সেই শিক্ষা সদায় দখি লোৱা শিক্ষাতকৈ উত্তম হয় ৷ ঠেলাৰ নাম বাবাজী ৷1) Necessity is the law of life. 2) Nothing like force.
টানত পৰিলে মানুহে তুচ্ছ কামো কৰিব লগা হয়; বা মানসিক বা শাৰীৰিক শাস্তিৰ ভয়ত মানুহে যি কোনো কাম কৰিবলৈ বাধ্য হয় ৷ ঠেহ লাগি বেশ পোৱা ৷Exhibiting annoyance and unhappiness to make someone flexible and emotionally worried and thus becoming successful to obtain desired thing.
ঠেহ লাগিলে সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক মৰম প্ৰদৰ্শন কৰে আৰু ঠেহ ভাঙিবলৈ সন্তানে বিচৰা বস্তু যেনে বেশ (পোছাক) আদি আনি দিয়ে ৷ অৰ্থাৎ, সামান্য খং বা অভিমান দেখুৱাই বাঞ্চিত বস্তু, প্ৰতিশ্ৰুতি, পদবী আদি আদায় কৰি লোৱা কাৰ্য্য ৷