অ (40) আ (56) ই (7) ঈ (5) উ (17) ঊ (3) ঋ (2) এ (30) ঐ (1) ও (14) ঔ (4) ক (69) খ (19) গ (36) ঘ (14) চ (44) ছ (10) জ (19) ঝ (1) ট (9) ঠ (6) ড (7) ঢ (10) ত (16) থ (9) দ (25) ধ (18) ন (36) প (34) ফ (16) ব (55) ভ (21) ম (42) য (26) ল (16) শ (20) ষ (2) স (43) হ (40) ৰ (23) ৱ (1) Idioms starting with 'থ'
থকা সৰকা কৰTo make someone speechless asking critical questions.
তীক্ষ্ণ কথাৰ বাণ, প্ৰশ্ন, সমালোচনা আদিৰ দ্বাৰা কোনো ব্যক্তিক অতিকৈ বাকৰূদ্ধ/বিহ্বল কৰ ৷ থল পাই কঠীয়া পৰাTo fulfill one's aspirations taking advantage of the situation.
সুযোগ বুজি নিজৰ অভিষ্ট সিদ্ধি কৰা থলুৱা কুকুৰ থলত বাঘ, বাজত মেকুৰী ৷A local dog is lion in his own den, but becomes a cat once it goes out. Other words, one who shows bravery by dint of the courage of others, but really he is a coward.
থলুৱা কুকুৰে নিজ স্থানত বাঘৰ নিচিনা সাহস দেখুয়ায়, কিন্তু বাহিৰত গ'লে মেকুৰীৰ দৰে আচৰণ কৰে ৷ অৰ্থাৎ যি আনকাৰোবাৰ শক্তিৰে বা আপোন মানুহৰ উপস্থিতিতহে সাহস প্ৰদৰ্শন কৰে, যি প্ৰকৃততে ভয়াতুৰ বা কাপুৰুষ ৷ থান থিত লাগTo get settled in a job or place, or to get organized.
শৃংখলাবদ্ধ হ; কোনো কামত বা স্থানত নিয়মিতভাবে থিতাপি ল ৷ থান-বান কৰ ৷To destroy, demolish, ruin, wreck, crash or shatter
বিনষ্ট কৰ, ধ্বংস কৰ, বিশৃংখল কৰ ৷ থিতাপি ল ৷To inhabit in a place permanently.
কোনো স্থানত নিগাজিভাবে বসবা্স কৰ ৷ থৈয়া নথৈয়াBig destroying (used in war, battle etc.)
বৰ ডাঙৰকৈ বা প্ৰলয়ংকাৰী (যুদ্ধ-বিগ্ৰহ আদিত প্ৰয়োগ হয়) থৰ কাছুটি হেৰাTo be in too much hurry and lose normal balance in work.
কোনো কামত অতিমাত্ৰা খৰ-ধৰ কৰ আৰু সাধাৰণ কাৰ্যক্ষমতা হেৰা ৷ থৰহৰি কম্পমান হTo be in panic
ভয়, আশংকা বা আতংকত আতুৰ হ