Wrong Spelling List

Sl. No. Incorrect Correct
1 অক্ষুন্ন অক্ষুণ্ণ
2 অজশ্ৰ অজস্ৰ
3 অতিথী অতিথি
4 অদ্ভূত অদ্ভুত
5 অধোন্নতি অৱনতি
6 অধ্যক্ষ্য অধ্যক্ষ
7 অধ্যয়ণ অধ্যয়ন
8 অনুকুল অনুকূল
9 অনুভুতি অনুভূতি
10 অনুসুচীত অনুসূচিত
11 অনুসূচীত অনুসূচিত
12 অনুস্থান অনুষ্ঠান
13 অনুস্থিত অনুষ্ঠিত
14 অনুহৰি অনুসৰি
15 অনুৰুধ অনুৰোধ
16 অন্ত্যৰ্ধান অন্তৰ্ধান
17 অবধ্য অবৈধ
18 অবিধান অভিধান
19 অভিলাস অভিলাষ
20 অভিষ্ঠ অভীষ্ট
21 অভ্যন্তৰিক আভ্যন্তৰিক
22 অশোচ অশৌচ
23 অসহ্যকৰ অসহ্য
24 অহোৰাত্ৰি অহোৰাত্ৰ
25 অহৰ্নিশে অহৰ্নিশ
26 অৱেশষত অৱশেষত
27 আকূল আকুল
28 আক্ৰমন আক্ৰমণ
29 আকৰ্ষন আকৰ্ষণ
30 আগমণ আগমন
31 আঘাট আঘাত
32 আঘোন আঘোণ
33 আঙুলী আঙুলি
34 আনুস্থানিক আনুষ্ঠানিক
35 আনুস্থানিকতা আনুষ্ঠানিকতা
36 আন্তজাৰ্তিক আন্তৰ্জাতিক
37 আপোনি আপুনি
38 আবিস্কাৰ আৱিষ্কাৰ
39 আভাষ আভাস
40 আমোজনক আমোদজনক
41 আশীস আশিস
42 আৰম্ভনি আৰম্ভণি
43 আৰম্ভনী আৰম্ভণি
44 আৰ্কষণ আকৰ্ষণ
45 আৰ্কষণীয় আকৰ্ষণীয়
46 আৰ্শীবাদ আশীৰ্বাদ
47 আৱিস্কাৰ আৱিষ্কাৰ
48 ইদ ঈদ
49 ইশ্বৰ ঈশ্বৰ
50 ইস্কুল স্কুল
51 উচতাই উচটাই
52 উচ্ছ উচ্চ
53 উত্স উৎস
54 উদন্দ উদণ্ড
55 উদ্গীৰণ উদ্গিৰণ
56 উদ্দেশ্যি উদ্দেশি
57 উদ্দেশ্যে উদ্দেশে
58 উদ্যোগিক ঔদ্যোগিক
59 উন্নয়ণ উন্নয়ন
60 উপ-স্বাস্থ্য কেন্দ্ৰ
61 উপকাৰীতা উপকাৰিতা
62 উপকুল উপকূল
63 উপলব্দ উপলব্ধ
64 উপায়ন্তৰ উপায়ান্তৰ
65 উভটি উভতি
66 উৎকন্থিত উৎকণ্ঠিত
67 উৎক্ষেপন উৎক্ষেপণ
68 উৎতীৰ্ণ উত্তীৰ্ণ
69 ঊপলক্ষে উপলক্ষে
70 ঋনাত্মক ঋণাত্মক
71 এঘন্টা এঘণ্টা
72 এটিয়া এতিয়া
73 ঐক্যতা ঐক্য
74 কঠিত কথিত
75 কণিষ্ঠ কনিষ্ঠ
76 কণ্যা কন্যা
77 কনিকা কণিকা
78 কল্কী কল্কি
79 কাঁইত কাঁইট
80 কাকুতি কাকূতি
81 কাৎচিত কাচিৎ
82 কাৎচিৎ কাচিৎ
83 কাৰনে কাৰণে
84 কাৰ্যসুচি কাৰ্যসূচী
85 কাৰ্যসুচী কাৰ্যসূচী
86 কিন্ত কিন্তু
87 কিন্তূ কিন্তু
88 কুটনীতি কূটনীতি
89 কুনবাই কোনোবাই
90 কুলাহল কোলাহল
91 কুৰ্ম কূৰ্ম
92 কৃষিজীৱি কৃষিজীৱী
93 কৃষ্ণচোৰা কৃষ্ণচূড়া
94 কেলেংকাৰি কেলেংকাৰী
95 কৌতুহল কৌতূহল
96 ক্ষতিগ্ৰস্থ ক্ষতিগ্ৰস্ত
97 ক্ষীপ্র ক্ষিপ্ৰ
98 ক্ষীপ্ৰ ক্ষিপ্ৰ
99 ক্ৰটি ত্ৰুটি
100 ক্ৰুটি ত্ৰুটী
101 খণ্ডণ খণ্ডন
102 খুজতি খজুৱতি
103 খৃষ্টান খ্ৰীষ্টান
104 খৃষ্টাব্দ খ্ৰীষ্টাব্দ
105 খৰছ খৰচ
106 গণীত গণিত
107 গথন গঠন
108 গধুলি গধূলি
109 গধূৰ গধুৰ
110 গনিত গণিত
111 গন্য গণ্য
112 গাঁও গাওঁ
113 গাওঁ গাঁও
114 গুজৰাত গুজৰাট
115 গুৰুত্বপুৰ্ণ গুৰুত্বপূৰ্ণ
116 গুৱাহাটি গুৱাহাটী
117 গুৱাহাতি গুৱাহাটী
118 গোৱাৰ গোঁৱাৰ
119 ঘণীভূত ঘনীভূত
120 ঘন্টা ঘণ্টা
121 ঘৈনীয়েক ঘৈণীয়েক
122 ঘোড়া ঘোঁৰা
123 ঘ্ৰিনা ঘৃণা
124 ঘ্ৰীণা ঘৃণা
125 ঘ্ৰীনা ঘৃণা
126 ঘৰোৱা ঘৰুৱা
127 চিকিত্সা চিকিৎসা
128 চিকুন চিকুণ
129 চিনাকী চিনাকি
130 চিহ্ণ চিহ্ন
131 ছাবি চাবি
132 জলবিদ্যুত জলবিদ্যুৎ
133 জীৱীকা জীৱিকা
134 জেষ্ঠ্য জ্যেষ্ঠ
135 জৰ্জাৰিত জৰ্জৰিত
136 টেঙা আম
137 ঠলৰাই ঠলৰাই
138 ঠানবান থানবান
139 ঠান্ডা ঠাণ্ডা
140 ঠিয় থিয়
141 ঢোবাং ধোবাং
142 তান টান
143 তাৰোপৰি তদুপৰি
144 তিৰষ্কাৰ তিৰস্কাৰ
145 তুমাৰ তোমাৰ
146 তেজষ্ক্ৰিয়তা তেজস্ক্ৰিয়তা
147 ত্ৰিভূজ ত্ৰিভুজ
148 থিক ঠিক
149 দক্ষীণ দক্ষিণ
150 দাক ডাক
151 দাঠি ডাঠি
152 দাপোন দাপোণ
153 দায়ীত্ব দায়িত্ব
154 দিপালি দীপালী
155 দীৰ্ঘজীৱি দীৰ্ঘজীৱী
156 দুৰ দূৰ
157 দূৰ্গা দুৰ্গা
158 দূৰ্ঘটনা দুৰ্ঘটনা
159 দূৰ্বল দুৰ্বল
160 দূৰ্ভাগ্যজনক দুৰ্ভাগ্যজনক
161 দেখুবাই দেখুৱাই
162 দৈন্যতা দৈন্য
163 দ্বায়িত্ব দায়িত্ব
164 দ্ৰুট দ্ৰুত
165 দৰ্শণ দৰ্শন
166 ধংশ ধংস
167 ধকুৱা ঢকুৱা
168 ধানপুৰীয়া ধান
169 ধুনিয়া ধুনীয়া
170 ধুলি ধূলি
171 ধ্বংশ ধ্বংস
172 ধ্ৰূপদী ধ্ৰুপদী
173 নজৰাজা নজৰানা
174 নমস্টে নমস্তে
175 নাইকীয়া নাইকিয়া
176 নাইকীয়া নাইকিয়া
177 নামাকৰণ নামকৰণ
178 নাষ্টিক নাস্তিক
179 নিখুত নিখুঁত
180 নিজশ্ব নিজস্ব
181 নিজস্ব নিজ
182 নিতি নীতি
183 নিতী নীতি
184 নিদিৰ্ষ্ট নিৰ্দিষ্ট
185 নিপুন নিপুণ
186 নিপুনতা নিপুণতা
187 নিমন্ত্ৰন নিমন্ত্ৰণ
188 নিস্ক্ৰিয় নিষ্ক্ৰিয়
189 নিস্ক্ৰিয় নিষ্ক্ৰিয়
190 নিস্ফল নিষ্ফল
191 নিৰস নীৰস
192 নিৰ্ধনী নিৰ্ধন
193 নিৰ্মান নিৰ্মাণ
194 নিৰ্মালী নিৰ্মালি
195 নুন্যতম ন্যূনতম
196 নুপুৰ নূপুৰ
197 নূন্যতম ন্যূনতম
198 নৈৰাশ নিৰাশ
199 নৰনাৰায়ন নৰনাৰায়ণ
200 নৰীয়া নৰিয়া
201 পদুলি-মূখ পদুলি
202 পলায়ণ পলায়ন
203 পাকিস্থান পাকিস্তান
204 পিতিকা পিটিকা
205 পুজা পূজা
206 পুঠিভঁৰাল পুথিভঁৰাল
207 পুণৰ পুনৰ
208 পুন্য পুণ্য
209 পুৰণ পূৰণ
210 পুৰনি পুৰণি
211 পুৰষ্কাৰ পুৰস্কাৰ
212 পূৰণি পুৰণি
213 পেপা পেঁপা
214 পৈত্ৰিক পৈতৃক
215 প্ৰতিক প্ৰতীক
216 প্ৰতিতি প্ৰতীতি
217 প্ৰতিদ্বন্দীতা প্ৰতিদ্বন্দিতা
218 প্ৰতিযোগি প্ৰতিযোগী
219 প্ৰতিযোগীতা প্ৰতিযোগিতা
220 প্ৰতিযোগীয়া প্ৰতিযোগিতা
221 প্ৰতিস্থা প্ৰতিষ্ঠা
222 প্ৰতিস্থান প্ৰতিষ্ঠান
223 প্ৰতিস্থাপন প্ৰতিষ্ঠাপন
224 প্ৰদৰ্শণী প্ৰদৰ্শনী
225 প্ৰনাম প্ৰণাম
226 প্ৰবনতা প্ৰৱণতা
227 প্ৰবিণ প্ৰবীণ
228 প্ৰবিত্ৰ পবিত্ৰ
229 প্ৰবীন প্ৰবীণ
230 প্ৰমুল্য প্ৰমূল্য
231 প্ৰাৰ্থক্য পাৰ্থক্য
232 প্ৰৱন্ধ প্ৰবন্ধ
233 পঢ়াশালী পঢ়াশালি
234 পৰাম্পৰাগত পৰম্পৰাগত
235 পৰিক্ষা পৰীক্ষা
236 পৰিস্কাৰ পৰিষ্কাৰ
237 পৰিৰ্ৱতন পৰিৱৰ্তন
238 পৰিৱহন পৰিবহণ
239 পৰ্বতাৰোহন পৰ্বতাৰোহণ
240 ফলপ্ৰসু ফলপ্ৰসূ
241 ফাগুণ ফাগুন
242 বছেৰেকীয়া বছৰেকীয়া
243 বধু বধূ
244 বন্তী বন্তি
245 বহণ বহন
246 বাকলী বাকলি
247 বাখ্যা ব্যাখ্যা
248 বাগিছা বাগিচা
249 বাঞ্চনীয় বাঞ্ছনীয়
250 বাটিল বাতিল
251 বাদুলী বাদুলি
252 বাধাগ্ৰস্থ বাধাগ্ৰস্ত
253 বাল্মিকী বাল্মীকি
254 বিচনা বিছনা
255 বিছৰা বিচৰা
256 বিদ্যান বিদ্বান
257 বিদ্যুত বিদ্যুৎ
258 বিপৰিত বিপৰীত
259 বিভিষিকা বিভীষিকা
260 বিষেশ্য বিশেষ্য
261 বিষ্ফোৰণ বিস্ফোৰণ
262 বিৰম্বনা বিড়ম্বনা
263 বিৰুপ বিৰূপ
264 বিৰোধি বিৰোধী
265 বিৰোধীতা বিৰোধিতা
266 বুজাপৰা বুজা
267 বৈশিষ্ঠ বৈশিষ্ট্য
268 বৈশিষ্ঠ্য বৈশিষ্ট্য
269 ব্যুহ ব্যূহ
270 ব্ৰক্ষ্মপুত্ৰ ব্ৰহ্মপুত্ৰ
271 ব্ৰাক্ষ্মণ ব্ৰাহ্মণ
272 ব্ৰাহ্মন ব্ৰাহ্মণ
273 বৰুৱানীৰ বৰুৱানীৰ
274 ভন্টী ভণ্টী
275 ভষ্মীভুত ভস্মীভূত
276 ভাইটী ভাইটি
277 ভাগিৰথী ভাগীৰথী
278 ভাট্টা ভাত্তা
279 ভাৰসাম্যতা ভাৰসাম্য
280 ভিক্তি ভিত্তি
281 ভুমিস্থ ভূমিষ্ঠ
282 ভুমুকি ভূমুকি
283 ভূত ভুত
284 ভূল ভুল
285 ভৌগলিক ভৌগোলিক
286 ভৰসা ভাৰসা
287 মণিষি মনীষী
288 মণিষী মনীষী
289 মণীষী মনীষী
290 মন্ত্ৰীত্ব মন্ত্ৰিত্ব
291 মন্তৱ্য মন্তব্য
292 ময়ুৰ ময়ূৰ
293 মষ্টিষ্ক মস্তিষ্ক
294 মস্তিস্ক মস্তিষ্ক
295 মাঠো মাথো
296 মানদণ্ড মান
297 মানিক মাণিক
298 মিচা মিছা
299 মিন মীন
300 মিমাংসা মীমাংসা
301 মুখষ্ঠ মুখস্থ
302 মুমুৰ্ষ মূমূৰ্ষু
303 মুল্যহীন মূল্যহীন
304 মুহুৰ্ত মুহূৰ্ত
305 মুহুৰ্ত্ত মুহূৰ্ত্ত
306 মুৰ মূৰ
307 মুৰ্খ মূৰ্খ
308 মুৰ্তি মূৰ্তি
309 মূখ মুখ
310 মূখামূখি মুখামুখি
311 মূখিয়াল মুখিয়াল
312 মূহুৰ্ত মুহূৰ্ত
313 মূহুৰ্ত্ত মুহূৰ্ত্ত
314 মূৰব্বী মুৰব্বী
315 মৰাশ
316 মৰিশালী মৰিশালি
317 যথেষ্ঠ যথেষ্ট
318 লঘোণ লঘোন
319 লিতিকাই লিটিকাই
320 শণি শনি
321 শণিবাৰ শনিবাৰ
322 শান্তনা সান্ত্বনা
323 শাৰিৰীক শাৰীৰিক
324 শাৰিৰীকভাৱে শাৰীৰিকভাৱে
325 শিৰোনামা শিৰোনাম
326 শুণা শুনা
327 শূণ্য শূন্য
328 শেৱালী শেৱালি
329 শ্ৰন্ধ্ৰাঞ্জলি শ্ৰদ্ধাঞ্জলি
330 শ্ৰেনী শ্ৰেণী
331 ষ্পষ্ট স্পষ্ট
332 ষ্পৰ্শ স্পৰ্শ
333 ষ্পৰ্শকাতৰ স্পৰ্শকাতৰ
334 সঁজুলী সঁজুলি
335 সংকুচ সংকোচ
336 সংকেট সংকেত
337 সংঘাট সংঘাত
338 সকিয়া সকীয়া
339 সচা সঁচা
340 সজুঁলি সঁজুলি
341 সজ্ঞা সংজ্ঞা
342 সন্মূখ সন্মুখ
343 সন্মূখীন সন্মুখীন
344 সমিচিন সমীচীন
345 সমিটি সমিটি
346 সমীচিন সমীচীন
347 সমুহ সমূহ
348 সম্ভাবনা সম্ভাৱনা
349 সাঁজু সাঁজো
350 সাংঘাটিক সাংঘাতিক
351 সাঙুৰ সাঙোৰ্
352 সাদৰেৰে সাদৰে
353 সাধাৰন সাধাৰণ
354 সাহাৰ্য্য সাহায্য
355 সাৰদীয় শাৰদীয়
356 সিঁচৰিত সিঁচৰতি
357 সিংহিনী সিংহী
358 সুক্ষ্ম সূক্ষ্ম
359 সুখি সুখী
360 সুতা সূতা
361 সুত্ৰ সূত্ৰ
362 সুৰুজ সূৰুয
363 সূৰুজ সূৰুয
364 সেন্দুৰ সেন্দূৰ
365 স্থবীৰ স্থবিৰ
366 স্থায়ীত্ব স্থায়িত্ব
367 স্ৰজন সৃজন
368 সৱিশেষ সবিশেষ
369 হতাশাগ্ৰস্থ হতাশাগ্ৰস্ত
370 হপ্টাহ সপ্তাহ
371 হাজৰীকা হাজৰিকা
372 হাতাহাতি হতাহতি
373 হালধী হালধি
374 হাহঁ হাঁহ
375 হুমনিয়া হুমুনিয়া
376 হুলস্থুল হুলস্থূল
377 হয়তু হয়তো
378 ৰঙ ৰং
379 ৰসহ্য ৰহস্য
380 ৰস্মি ৰশ্মি
381 ৰুছি ৰুচি
382 ৰেদিঅ' ৰেডিঅ’