Wrong Spelling List

Sl. No. Incorrect Correct
1 অক্ষুন্ন অক্ষুণ্ণ
2 অজশ্ৰ অজস্ৰ
3 অতিথী অতিথি
4 অদ্ভূত অদ্ভুত
5 অধোন্নতি অৱনতি
6 অধ্যক্ষ্য অধ্যক্ষ
7 অধ্যয়ণ অধ্যয়ন
8 অনুকুল অনুকূল
9 অনুভুতি অনুভূতি
10 অনুসুচীত অনুসূচিত
11 অনুসূচীত অনুসূচিত
12 অনুস্থান অনুষ্ঠান
13 অনুস্থিত অনুষ্ঠিত
14 অনুহৰি অনুসৰি
15 অনুৰুধ অনুৰোধ
16 অন্ত্যৰ্ধান অন্তৰ্ধান
17 অবধ্য অবৈধ
18 অবিধান অভিধান
19 অভিলাস অভিলাষ
20 অভিষ্ঠ অভীষ্ট
21 অভ্যন্তৰিক আভ্যন্তৰিক
22 অশোচ অশৌচ
23 অসহ্যকৰ অসহ্য
24 অহোৰাত্ৰি অহোৰাত্ৰ
25 অহৰ্নিশে অহৰ্নিশ
26 অৱেশষত অৱশেষত
27 আকূল আকুল
28 আক্ৰমন আক্ৰমণ
29 আকৰ্ষন আকৰ্ষণ
30 আগমণ আগমন
31 আঘাট আঘাত
32 আঘোন আঘোণ
33 আঙুলী আঙুলি
34 আনুস্থানিক আনুষ্ঠানিক
35 আনুস্থানিকতা আনুষ্ঠানিকতা
36 আন্তজাৰ্তিক আন্তৰ্জাতিক
37 আভাষ আভাস
38 আমোজনক আমোদজনক
39 আশীস আশিস
40 আৰ্কষণ আকৰ্ষণ
41 আৰ্কষণীয় আকৰ্ষণীয়
42 আৰ্শীবাদ আশীৰ্বাদ
43 আৱিস্কাৰ আৱিষ্কাৰ
44 ইদ ঈদ
45 ইশ্বৰ ঈশ্বৰ
46 ইস্কুল স্কুল
47 উচতাই উচটাই
48 উচ্ছ উচ্চ
49 উত্স উৎস
50 উদন্দ উদণ্ড
51 উদ্গীৰণ উদ্গিৰণ
52 উদ্দেশ্যি উদ্দেশি
53 উদ্দেশ্যে উদ্দেশে
54 উদ্যোগিক ঔদ্যোগিক
55 উন্নয়ণ উন্নয়ন
56 উপ-স্বাস্থ্য কেন্দ্ৰ
57 উপকাৰীতা উপকাৰিতা
58 উপকুল উপকূল
59 উপায়ন্তৰ উপায়ান্তৰ
60 উভটি উভতি
61 উৎকন্থিত উৎকণ্ঠিত
62 উৎক্ষেপন উৎক্ষেপণ
63 ঊপলক্ষে উপলক্ষে
64 ঋনাত্মক ঋণাত্মক
65 এঘন্টা এঘণ্টা
66 এটিয়া এতিয়া
67 ঐক্যতা ঐক্য
68 কঠিত কথিত
69 কণিষ্ঠ কনিষ্ঠ
70 কণ্যা কন্যা
71 কনিকা কণিকা
72 কল্কী কল্কি
73 কাঁইত কাঁইট
74 কাৎচিত কাচিৎ
75 কাৎচিৎ কাচিৎ
76 কাৰনে কাৰণে
77 কাৰ্যসুচি কাৰ্যসূচী
78 কাৰ্যসুচী কাৰ্যসূচী
79 কিন্ত কিন্তু
80 কিন্তূ কিন্তু
81 কুটনীতি কূটনীতি
82 কুনবাই কোনোবাই
83 কুলাহল কোলাহল
84 কুৰ্ম কূৰ্ম
85 কৃষিজীৱি কৃষিজীৱী
86 কেলেংকাৰি কেলেংকাৰী
87 কৌতুহল কৌতূহল
88 ক্ষতিগ্ৰস্থ ক্ষতিগ্ৰস্ত
89 ক্ষীপ্র ক্ষিপ্ৰ
90 ক্ষীপ্ৰ ক্ষিপ্ৰ
91 ক্ৰটি ত্ৰুটি
92 ক্ৰুটি ত্ৰুটী
93 খণ্ডণ খণ্ডন
94 খুজতি খজুৱতি
95 খৃষ্টান খ্ৰীষ্টান
96 খৃষ্টাব্দ খ্ৰীষ্টাব্দ
97 খৰছ খৰচ
98 গণীত গণিত
99 গধুলি গধূলি
100 গধূৰ গধুৰ
101 গনিত গণিত
102 গন্য গণ্য
103 গাঁও গাওঁ
104 গাওঁ গাঁও
105 গুজৰাত গুজৰাট
106 গুৰুত্বপুৰ্ণ গুৰুত্বপূৰ্ণ
107 গুৱাহাটি গুৱাহাটী
108 গুৱাহাতি গুৱাহাটী
109 গোৱাৰ গোঁৱাৰ
110 ঘণীভূত ঘনীভূত
111 ঘন্টা ঘণ্টা
112 ঘৈনীয়েক ঘৈণীয়েক
113 ঘোড়া ঘোঁৰা
114 ঘৰোৱা ঘৰুৱা
115 চিকিত্সা চিকিৎসা
116 চিকুন চিকুণ
117 চিনাকী চিনাকি
118 চিহ্ণ চিহ্ন
119 ছাবি চাবি
120 জলবিদ্যুত জলবিদ্যুৎ
121 জীৱীকা জীৱিকা
122 জেষ্ঠ্য জ্যেষ্ঠ
123 জৰ্জাৰিত জৰ্জৰিত
124 টেঙা আম
125 ঠলৰাই ঠলৰাই
126 ঠানবান থানবান
127 ঠান্ডা ঠাণ্ডা
128 ঠিয় থিয়
129 ঢোবাং ধোবাং
130 তান টান
131 তাৰোপৰি তদুপৰি
132 তিৰষ্কাৰ তিৰস্কাৰ
133 তেজষ্ক্ৰিয়তা তেজস্ক্ৰিয়তা
134 ত্ৰিভূজ ত্ৰিভুজ
135 থিক ঠিক
136 দক্ষীণ দক্ষিণ
137 দাক ডাক
138 দাঠি ডাঠি
139 দাপোন দাপোণ
140 দায়ীত্ব দায়িত্ব
141 দিপালি দীপালী
142 দীৰ্ঘজীৱি দীৰ্ঘজীৱী
143 দুৰ দূৰ
144 দূৰ্গা দুৰ্গা
145 দূৰ্ঘটনা দুৰ্ঘটনা
146 দূৰ্বল দুৰ্বল
147 দূৰ্ভাগ্যজনক দুৰ্ভাগ্যজনক
148 দেখুবাই দেখুৱাই
149 দৈন্যতা দৈন্য
150 দ্বায়িত্ব দায়িত্ব
151 দৰ্শণ দৰ্শন
152 ধংশ ধংস
153 ধকুৱা ঢকুৱা
154 ধানপুৰীয়া ধান
155 ধুনিয়া ধুনীয়া
156 ধুলি ধূলি
157 ধ্বংশ ধ্বংস
158 ধ্ৰূপদী ধ্ৰুপদী
159 নজৰাজা নজৰানা
160 নমস্টে নমস্তে
161 নাইকীয়া নাইকিয়া
162 নাইকীয়া নাইকিয়া
163 নামাকৰণ নামকৰণ
164 নাষ্টিক নাস্তিক
165 নিখুত নিখুঁত
166 নিজশ্ব নিজস্ব
167 নিজস্ব নিজ
168 নিতি নীতি
169 নিতী নীতি
170 নিদিৰ্ষ্ট নিৰ্দিষ্ট
171 নিপুন নিপুণ
172 নিপুনতা নিপুণতা
173 নিমন্ত্ৰন নিমন্ত্ৰণ
174 নিস্ক্ৰিয় নিষ্ক্ৰিয়
175 নিস্ক্ৰিয় নিষ্ক্ৰিয়
176 নিস্ফল নিষ্ফল
177 নিৰস নীৰস
178 নিৰ্ধনী নিৰ্ধন
179 নিৰ্মান নিৰ্মাণ
180 নিৰ্মালী নিৰ্মালি
181 নুন্যতম ন্যূনতম
182 নুপুৰ নূপুৰ
183 নূন্যতম ন্যূনতম
184 নৈৰাশ নিৰাশ
185 নৰনাৰায়ন নৰনাৰায়ণ
186 নৰীয়া নৰিয়া
187 পদুলি-মূখ পদুলি
188 পলায়ণ পলায়ন
189 পাকিস্থান পাকিস্তান
190 পিতিকা পিটিকা
191 পুজা পূজা
192 পুঠিভঁৰাল পুথিভঁৰাল
193 পুণৰ পুনৰ
194 পুন্য পুণ্য
195 পুৰণ পূৰণ
196 পুৰনি পুৰণি
197 পুৰষ্কাৰ পুৰস্কাৰ
198 পূৰণি পুৰণি
199 পেপা পেঁপা
200 পৈত্ৰিক পৈতৃক
201 প্ৰতিক প্ৰতীক
202 প্ৰতিতি প্ৰতীতি
203 প্ৰতিদ্বন্দীতা প্ৰতিদ্বন্দিতা
204 প্ৰতিযোগি প্ৰতিযোগী
205 প্ৰতিযোগীতা প্ৰতিযোগিতা
206 প্ৰতিযোগীয়া প্ৰতিযোগিতা
207 প্ৰতিস্থা প্ৰতিষ্ঠা
208 প্ৰতিস্থান প্ৰতিষ্ঠান
209 প্ৰতিস্থাপন প্ৰতিষ্ঠাপন
210 প্ৰদৰ্শণী প্ৰদৰ্শনী
211 প্ৰনাম প্ৰণাম
212 প্ৰবনতা প্ৰৱণতা
213 প্ৰবিণ প্ৰবীণ
214 প্ৰবিত্ৰ পবিত্ৰ
215 প্ৰবীন প্ৰবীণ
216 প্ৰমুল্য প্ৰমূল্য
217 প্ৰাৰ্থক্য পাৰ্থক্য
218 প্ৰৱন্ধ প্ৰবন্ধ
219 পঢ়াশালী পঢ়াশালি
220 পৰাম্পৰাগত পৰম্পৰাগত
221 পৰিক্ষা পৰীক্ষা
222 পৰিস্কাৰ পৰিষ্কাৰ
223 পৰিৰ্ৱতন পৰিৱৰ্তন
224 পৰিৱহন পৰিবহণ
225 পৰ্বতাৰোহন পৰ্বতাৰোহণ
226 ফলপ্ৰসু ফলপ্ৰসূ
227 ফাগুণ ফাগুন
228 বন্তী বন্তি
229 বহণ বহন
230 বাকলী বাকলি
231 বাখ্যা ব্যাখ্যা
232 বাগিছা বাগিচা
233 বাঞ্চনীয় বাঞ্ছনীয়
234 বাটিল বাতিল
235 বাদুলী বাদুলি
236 বাধাগ্ৰস্থ বাধাগ্ৰস্ত
237 বাল্মিকী বাল্মীকি
238 বিচনা বিছনা
239 বিছৰা বিচৰা
240 বিদ্যান বিদ্বান
241 বিদ্যুত বিদ্যুৎ
242 বিপৰিত বিপৰীত
243 বিভিষিকা বিভীষিকা
244 বিষেশ্য বিশেষ্য
245 বিষ্ফোৰণ বিস্ফোৰণ
246 বিৰম্বনা বিড়ম্বনা
247 বিৰোধি বিৰোধী
248 বিৰোধীতা বিৰোধিতা
249 বুজাপৰা বুজা
250 বৈশিষ্ঠ বৈশিষ্ট্য
251 বৈশিষ্ঠ্য বৈশিষ্ট্য
252 ব্ৰক্ষ্মপুত্ৰ ব্ৰহ্মপুত্ৰ
253 ব্ৰাক্ষ্মণ ব্ৰাহ্মণ
254 ব্ৰাহ্মন ব্ৰাহ্মণ
255 বৰুৱানীৰ বৰুৱানীৰ
256 ভন্টী ভণ্টী
257 ভষ্মীভুত ভস্মীভূত
258 ভাইটী ভাইটি
259 ভাট্টা ভাত্তা
260 ভাৰসাম্যতা ভাৰসাম্য
261 ভিক্তি ভিত্তি
262 ভুমিস্থ ভূমিষ্ঠ
263 ভূত ভুত
264 ভূল ভুল
265 ভৌগলিক ভৌগোলিক
266 ভৰসা ভাৰসা
267 মণিষি মনীষী
268 মণিষী মনীষী
269 মণীষী মনীষী
270 মন্ত্ৰীত্ব মন্ত্ৰিত্ব
271 মন্তৱ্য মন্তব্য
272 ময়ুৰ ময়ূৰ
273 মষ্টিষ্ক মস্তিষ্ক
274 মস্তিস্ক মস্তিষ্ক
275 মাঠো মাথো
276 মানদণ্ড মান
277 মানিক মাণিক
278 মিচা মিছা
279 মিন মীন
280 মিমাংসা মীমাংসা
281 মুখষ্ঠ মুখস্থ
282 মুমুৰ্ষ মূমূৰ্ষু
283 মুল্যহীন মূল্যহীন
284 মুহুৰ্ত মুহূৰ্ত
285 মুহুৰ্ত্ত মুহূৰ্ত্ত
286 মুৰ মূৰ
287 মুৰ্খ মূৰ্খ
288 মুৰ্তি মূৰ্তি
289 মূখ মুখ
290 মূখামূখি মুখামুখি
291 মূখিয়াল মুখিয়াল
292 মূহুৰ্ত মুহূৰ্ত
293 মূহুৰ্ত্ত মুহূৰ্ত্ত
294 মূৰব্বী মুৰব্বী
295 মৰাশ
296 মৰিশালী মৰিশালি
297 যথেষ্ঠ যথেষ্ট
298 লঘোণ লঘোন
299 লিতিকাই লিটিকাই
300 শণি শনি
301 শণিবাৰ শনিবাৰ
302 শান্তনা সান্ত্বনা
303 শাৰিৰীক শাৰীৰিক
304 শাৰিৰীকভাৱে শাৰীৰিকভাৱে
305 শিৰোনামা শিৰোনাম
306 শুণা শুনা
307 শূণ্য শূন্য
308 শেৱালী শেৱালি
309 শ্ৰন্ধ্ৰাঞ্জলি শ্ৰদ্ধাঞ্জলি
310 শ্ৰেনী শ্ৰেণী
311 ষ্পষ্ট স্পষ্ট
312 ষ্পৰ্শ স্পৰ্শ
313 ষ্পৰ্শকাতৰ স্পৰ্শকাতৰ
314 সঁজুলী সঁজুলি
315 সংকুচ সংকোচ
316 সংকেট সংকেত
317 সংঘাট সংঘাত
318 সকিয়া সকীয়া
319 সচা সঁচা
320 সজুঁলি সঁজুলি
321 সজ্ঞা সংজ্ঞা
322 সন্মূখ সন্মুখ
323 সন্মূখীন সন্মুখীন
324 সমিচিন সমীচীন
325 সমিটি সমিটি
326 সমীচিন সমীচীন
327 সমুহ সমূহ
328 সম্ভাবনা সম্ভাৱনা
329 সাংঘাটিক সাংঘাতিক
330 সাঙুৰ সাঙোৰ্
331 সাদৰেৰে সাদৰে
332 সাধাৰন সাধাৰণ
333 সাহাৰ্য্য সাহায্য
334 সাৰদীয় শাৰদীয়
335 সিঁচৰিত সিঁচৰতি
336 সিংহিনী সিংহী
337 সুক্ষ্ম সূক্ষ্ম
338 সুখি সুখী
339 সুতা সূতা
340 সুত্ৰ সূত্ৰ
341 সুৰুজ সূৰুয
342 সূৰুজ সূৰুয
343 সেন্দুৰ সেন্দূৰ
344 স্থবীৰ স্থবিৰ
345 স্থায়ীত্ব স্থায়িত্ব
346 হতাশাগ্ৰস্থ হতাশাগ্ৰস্ত
347 হপ্টাহ সপ্তাহ
348 হাজৰীকা হাজৰিকা
349 হাতাহাতি হতাহতি
350 হালধী হালধি
351 হাহঁ হাঁহ
352 হুমনিয়া হুমুনিয়া
353 হুলস্থুল হুলস্থূল
354 হয়তু হয়তো
355 ৰঙ ৰং
356 ৰসহ্য ৰহস্য
357 ৰস্মি ৰশ্মি
358 ৰুছি ৰুচি
359 ৰেদিঅ' ৰেডিঅ’