অংক (Assamese) [ Roman: ong.ko Origin: সং. (হেম১৩)]
alt: অঙ্ক, plc: -বোৰ, -সমূহ, dfc: -টো
1. Mathematics(Abstract Noun) 1. any of the Arabic figures of 1 through 9 and 0.
2. any of the symbols of other number systems, as 0 or 1 in the binary. ১৷ ১-ৰ পৰা ৯-লৈ আৰু ০ ৰ মাজৰ যিকোনো এটা সংখ্যা ২৷ অন্য সংখ্যা-প্ৰণালীৰ যিকোনো চিহ্ন
2. any of the symbols of other number systems, as 0 or 1 in the binary. ১৷ ১-ৰ পৰা ৯-লৈ আৰু ০ ৰ মাজৰ যিকোনো এটা সংখ্যা ২৷ অন্য সংখ্যা-প্ৰণালীৰ যিকোনো চিহ্ন
2. Mathematics(Abstract Noun) A group of related sciences, including algebra, geometry, and calculus, which use a specialized notation to study number, quantity, shape, and space. বিজ্ঞানৰ কেইটিমান সংলগ্ন বিষয়, যেনেঃ পাটীগণিত, জ্যামিতি, অৱকলন, অনুকলন আদিৰ সমূহীয়া অধ্যয়ন ৷ ইয়াতে সাংকেতিক চিহ্নৰ সহায়ত নম্বৰ, পৰিমাণ, আকাৰ আৰু স্থান আদি বুজোৱা হয় ৷
English:
Assamese:
Bodo:
Meeteilon:
Kok-Borok:
Hmar:
Different POS:
a. Proper Adj.-Neuter: mathematicalগাণিতিকगणित सोमोन्दै...b. Proper Noun-Common: mathematicianঅঙ্কবিদগণিতজ্ঞसानखान्थियारि...