অপাৰ (Assamese) [ Roman: o.par]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-03-27
    1. (Proper Adj.-Neuter) something that can not be measured, true value of which cannot be determined যাৰ পৰিমাণ নিৰ্ণয় কৰিব নোৱাৰি বা যাৰ প্ৰকৃত মূল্য নিৰ্দ্ধাৰণ কৰিব নোৱাৰি
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-03-27
    2. (Proper Adj.) of better quality than the average. সৰ্বসাধাৰণতকৈ বা গড় হিচাপতকৈ ভাল গুণ-সম্পন্ন।