অৰ্কিড (Assamese) [ Roman: or.kid]
    Contributed by: Partha P Sarmah on 2007-12-04
    1. (Common Noun) a plant with bright and colourful flowers of different shapes. There are different types of orchid and some of them are very rare. বিভিন্ন আকৃতিৰ উজ্বল ফুল ধৰা এক শ্ৰেণীৰ গছ৷ অৰ্কিড (ইংৰাজী উচ্চাৰণ অ’কিড) বিভিন্ন প্ৰকাৰৰ আৰু কিছুমান প্ৰজাতি অতিশয় দুৰ্লভ৷