ঋদ্ধি (Assamese) [ Roman: rid.dhi]
    Contributed by: Biraj Kumar Kakati on 2008-06-25
    1. Art and Culture(Abstract Noun) a process in which something passes by degrees to a different stage usually for better কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. (Abstract Noun) the general good of a community or a person. এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-17
    3. Hinduism(Proper Noun-Feminine) Siddhi and Riddhi-Name of two wifes of Lord Ganesh ৰিদ্ধি আৰু সিদ্ধি- গণেশৰ দুগৰাকী পত্নীৰ নাম৷