কমলিনী (Assamese) [ Roman: ko.mo.li.ni]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-21
    1. Flowers(Common Noun-Neuter) An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes. ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
    Contributed by: Mousumi Konwar on 2023-03-05
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    2. (Common Noun-Feminine) a lady with eye-appealing beauty মোহময়ী ৰূপৰ অধিকাৰী ছোৱালী বা মহিলা
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-15
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    3. (Proper Noun) a place full of lotuses. অধিক পদুম ফুল থকা ঠাই ৷