কাঁচি (Assamese) [ Roman: ka~.si]
    Contributed by: Biraj Kumar Kakati on 2006-08-29
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Proper Adj.) not fully developed, not being as wise and calm as people expect from one's age or experience পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-07-28
    2. (Proper Adj.-Neuter) (milk) beginning to curdle দৈ হ`বলৈ ধৰা বা দৈলৈ ৰূপান্তৰিত হ`বলৈ ধৰা (গাখীৰ)