কুনকী (Assamese) [ Roman: kun.ki]
    Contributed by: Partha P Sarmah on 2008-04-27
    1. (Common Noun-Common &/or Masculine) a trained male or female elephant used for hunting wild elephant. বনৰীয়া হাতী চিকাৰ কৰিবলৈ বা ধৰিবলৈ ব্যৱহাৰ কৰা প্ৰশিক্ষণপ্ৰাপ্ত,মতা বা মাইকী হাতী৷