খটাসুৰ (Assamese) [ Roman: kho.ta.xur]
    dfc: -টো
    Contributed by: Partha P Sarmah on 2007-12-20
    1. (Common Noun-Masculine) a mischivious young boy. উৎপটীয়া,শান্তিৰে নথকা, (দুষ্ট) সৰু ল’ৰা৷
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-07
    2. Hinduism(Proper Noun-Masculine) A character in ancient Hindu mythology. পৌৰাণিক হিন্দু উপাখ্যানৰ এটা চৰিত্ৰ৷ দেৱীৰ হাতত নিধন হৈছিল৷