গঙ্গাটোপ (Assamese) [ Roman: gong.ga.to’p]
    plc: -বিলাক, -বোৰ, dfc: -টো
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-11-01
    1. (Proper Adj.-Common) Aggressively assertive or overbearingly confident. অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-03-04
    2. Fish(Common Noun) a freshwater fish of the Tetraodon genus that blows itself into a larger size when threatened টেট্ৰাডন প্ৰজাতিৰ এটা মিঠা পানীৰ মাছ যিয়ে বিপদত পৰিলে নিজৰ গাটো ফুলাই দি শত্ৰুক বিচলিত কৰিব বিচাৰে

    http://www.scienceimage.csiro.au/index.cfm?event=site.image.detail&id=10249