চকুৰ মণি (Assamese) [ Roman: so.kur mo.ni]
    Contributed by: Bikram M Baruah on 2008-04-28
    1. (Common Noun-Common &/or Masculine) someone or something very dear and is loved more than anyone. কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
    Contributed by: Bikram M Baruah on 2008-04-28
    2. (Material Noun-Neuter) The contractile aperture in the centre of the iris of the eye; resembles a large black dot চকুৰ পৰ্দাৰ কেন্দ্ৰত থকা সঙ্কোচনশীল ছিদ্ৰ, যি দেখাত এটা ডাঙৰ ক’লা বিন্দুৰ দৰে