চলা (Assamese) [ Roman: so.la]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-21
    1. (Verbal Adj.) opposite of the solid, having less thickness. গোটাৰ বিপৰীত, কম ডাঠ ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
    2. (Verb-Trans.) to cause to go or move গতি কৰা বা স্থান পৰিৱৰ্তন কৰি আগুৱাই লৈ যা
    Contributed by: Partha P Sarmah on 2013-11-17
    3. (Verb-Trans.) to be in charge of a business and take it forward e.g. he runs a hotel. কোনো ব্যৱসায়ৰ দায়িত্ব লৈ তাক আগুৱাই নিয়া, যেনে ৰামে এখন হোটেল চলায়৷