ছাগলী (Assamese) [ Roman: sa.go.li]
    alt: ছাগলি, plc: -বিলাক, -বোৰ, dfc: -জনী, -টো
    1. Animal(Common Noun) a two horned hervivorous domestic medium sized animal domesticated for milk and meat. গাখীৰ আৰু মাংসৰ কাৰণে পোহা দুটা শিং থকা মজলীয়া আকৃতিৰ এবিধ তৃণভোজী জন্তু