তথ্যকোষ (Assamese) [ Roman: to.thyo.ko`x]
    plc: -বিলাক, -বোৰ, dfc: -টো
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-05-17
    1. (Common Noun-Neuter) where information is kept and from where it can be sought. য’ত তথ্য জমা কৰি থোৱা হয়, য’ৰ পৰা তথ্য পাব পাৰি৷